
পিতৃ–মাতৃৰ মনৰ অনুভূতিৰ প্ৰতি আমি কিমান সচেতন?
প্ৰেমৰ বহু সংজ্ঞা, বহু ৰূপ হ’ব পাৰে । পিছে প্ৰেমৰ অনুভৱ তেতিয়াই কৰিছিলো, যেতিয়া মা–দেউতাৰ চকুত চকু থৈ পৃথিৱীখন চাবলৈ শিকিছিলো। নিজৰ পিতৃ–মাতৃৰ প্ৰতি থকা দায়িত্ব জীৱনৰ পৰম দায়িত্ব বুলি অনুভৱ কৰো । যাৰ মাজত সৰগ বিচাৰি পাওঁ, যি আমাৰ বাবে ভগৱানৰ ৰূপ । সেয়েহে ভগৱানক বিশ্বাস কৰো । নিস্বাৰ্থ মৰম–ভালপোৱা আৰু প্ৰেৰণা পাওঁ । সকলো মূল্যবান বস্তু পিতৃ–মাতৃৰ ওচৰত মূল্যহীন তথা নিজৰ জীৱনো তুচ্ছ ।Read More
Biggest Motivator (Real Story)
One of the finest examples of Self - Motivator is "Arunima Sinha". She is from a middle class family and she is a National Volleyball champion too. In April 2011, when she was 24 years old, got into a train accident and lost her left leg. So, she affixed an artificial limb and her right leg was joined with a rod.Read More
ধনাত্মক আৰু ঋণাত্মক চিন্তাধাৰা
এজন ব্যক্তি ধনাত্মক চিন্তাধাৰাৰে আগবাঢ়োতে, যদি তেওঁৰ কাষত ঋণাত্মক ব্যক্তিৰ প্ৰয়োভৰ হয়, তেতিয়া তেওঁৰ ধনাত্মক চিন্তাধাৰাত কিছু প্ৰভাৱ পৰিব পাৰে। অৱশ্যে ই ব্যক্তিজনৰ মানসিক শক্তিৰ ওপৰতো নিৰ্ভৰ কৰিব।Read More
জীৱন আৰু উপন্যাস
প্ৰত্যেক মানুহৰ জীৱনটোৱেই এখন এখন সৰু - ডাঙৰ উপন্যাস। য'ত অন্তৰ্নিহিত হৈ থাকে জীৱনৰ বহু অভিজ্ঞতা। যিবোৰ লিখি গলে, হয়তো ৰূপ লব একো একোখন "নদী" কিম্বা "সাগৰ"। য'ত প্ৰতি টোপাল পানী হ'ব --- এটি এটি শব্দ তথা শব্দৰে গুঠা মালা।Read More